"মূৰ্ছনা" (A cultural Club of Sibsagar Commerce College) ৰ উদ্যোগত আজিৰে পৰা বিহু নৃত্যৰ কৰ্মশালা আৰম্ভণি, এশৰো অধিক ছাত্ৰ ছাত্ৰীৰ যোগদান নিশ্চিত ভাৱে এক শুভ বার্তা, অনাগত দিনত অধিক সাংস্কৃতিক কাৰ্যসূচী ৰূপায়িত কৰা হব। বাণিজ্য বিভাগৰ তত্বাৱধানত "মূৰ্ছনা"প্ৰতিষ্ঠা কৰা হৈছে।