Sibsagar Commerce College
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়
Sibsagar Commerce College
Affiliated to Dibrugarh University | Sivasagar, Assam | Est. 1969
NAAC ‘A’ — CGPA 3.04 DU Affiliated 10+ Departments Est. 1969
NAAC A Grade
NAAC ‘A’ CGPA 3.04
50th Anniversary
Golden Jubilee
Dibrugarh University
DU Affiliated
NATIONAL AWARD
Promising & Trusted Degree College of the Year 2026, Assam | India Elite Education & Institutional Excellence Awards & Conference 2026 | Taj West End, Bengaluru  •  29 May 2026

College Anthem

Estd. 1969

শিৱসাগৰ বাণিজ্য মহাবিদ্যালয় সংগীত


কথা: ৰেণু দেৱী (প্ৰাক্তন অধ্যাপিকা)

সুৰ: ৰাতুল কাকতি (প্ৰাক্তন ছাত্ৰ)

।।বাণিজ্যে বসতে লক্ষ্মী।।
আন্ধাৰ দূৰতে নাশি জ্ঞানৰ শলিতা জ্বলাই চৌদিশ আমি উজ্বলাও। বণিজৰ বতৰাৰে লখিমীক আদৰি ৰংপুৰ আমি উজ্বলাও। নতুন যুগৰ আমি নতুন পুৰুষ দুবাহুত শকতি অসীম লুইতৰ বুকুৱেদি দেশ-বিদেশ ঘূৰি মুকুতাৰে আইক সাজাওঁ। আন্ধাৰ দূৰতে নাশি ....... কলা বিজ্ঞান আৰু মহান সংস্কৃতিৰ দেখিছো ৰূপ তাৰ জয়জয়কাৰ বাণিজ্যেহে সজালে বাণিজ্যেহে পৰালে বাণিজ্যেই হ'ল তাৰ মূল আধাৰ। য'ত ধনবান আৰু শক্তিমান দেশৰ সভ্যতাৰ আধাৰ বাণিজ্যকে সাৱটি লওঁ আহা আদৰি বাণিজ্য শিক্ষাই মন্ত্ৰ আমাৰ। আন্ধাৰ দূৰতে নাশি জ্ঞানৰ শলিতা জ্বলাই চৌদিশ আমি উজ্বলাও ৰংপুৰ আমি উজ্বলাও।।